Album- অভিযান- a Musical Journey Towards ….. You
Title- নাস্তা প্ৰেমৰ মিষ্টি
Singer- Violina Sharma
Lyrics & Tune- Diganta Bharati
Music- Litan (mumbai)
Music Director- Diganta Bharati
Recorded at Studio Orange, Zero DB & Mixed by Soloman Mosahari
Video Director -Uday Shankar, Editor – Moni Rajkhowa,
Camera – Dhan, Casting – Tanvi, Neel
Producer – D.G. Production

Lyrics
শেষ ৰাতিলৈ টোপনী নাহে
দুই বেলা যায় ভোক নেলাগে }x2

(তোমাৰ) নাস্তা প্ৰেমত মিষ্টি আছে
মনৰ ভোক মৰে
ৰেষ্টুৰেন্টৰ পিজা পাষ্টাৰ
চকুৰ পানী সৰে }x2

নষ্ট হয় টিক্ টিক্ সময়
পাগ্ লা ভাবে বেঢ়ি ৰাখে
দেখাত দেখি পঢ়াত বহো
মেলা কিতাপ মেলাতেই থাকে }x2
ভুল ভাৱনাত ভাল লাগিলে
গাভৰু দেহাত জুই জ্বলিলে }x2
তোমাৰ নাস্তা প্ৰেমত …

দুষ্ট আবেগ জন্ম ল’লে
দুষ্ট হিয়াৰ আশে পাশে
চুচুক চামাক দুই ভৰি যায়
তোমাৰ ফালে লাহে লাহে }x2
কোন ঘাটোৱাল বাঁহী বজোৱা
সুৰ পিৰীতিত মোক জগোৱা }x2

(তোমাৰ) নাস্তা প্ৰেমত মিষ্টি আছে
মনৰ ভোক মৰে
ৰেষ্টুৰেন্টৰ পিজা পাষ্টাৰ
চকুৰ পানী সৰে }x2

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here