Happy New Year 2022 Wishes, Quotes, Status in Assamese

new year wishes in assamese

It’s that time of the year again. Time to wish your friends and family a Happy New Year. To say goodbye to the year that has passed and hello to the new one about to come. It’s been a long and tough year, but we can’t wait for what is coming next.

So make sure you take a moment to send your loved ones your best wishes and encouragement as we head into this new year. Here are happy new year 2022 wishes, quotes and status in Assamese.

Happy New Year 2022 Status in Assamese

  • সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰটোৱে সকলোৰে জীৱনলৈ শান্তি, সম্প্ৰীতি কঢ়িয়াই আনি গঢ়ি তোলক এখন ভাতৃত্ববোধৰ সমাজ। ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে সেয়াই কামনা কৰিলোঁ।
  • নতুন বছৰত, নতুন আশাৰে প্ৰতিটো দিন, প্ৰতিতো ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‌ক্ষণ সুখৰ হওঁক, সফলতাৰে ভৰি পৰক।
  • নৱবৰ্ষৰ প্ৰতিটো দিনেই সফলতাৰ ফাকু চতিয়াই, ৰঙীন কৰি তোলক, নতুন আশাৰে, প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, সুখৰ হওঁক, সফলতাৰে ভৰি পৰক তাৰে কামনাৰে, আপোনালোক সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ !
  • নতুন বছৰত, নতুন আশাৰে প্ৰতিটো দিন, প্ৰতিতো ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‌ক্ষণ সুখৰ হওঁক, সফলতাৰে ভৰি পৰক। তাৰে কামনাৰে সকলোলৈকে নতুন বছৰৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ।
  • আগন্তক নতুন বছৰৰ শুভকামনা জনালোঁ । নতুন বছৰে সকলোৰ বাবে নতুন আশা নতুন প্ৰাণ নতুন সুৰে নতুন গান হয়ক |

New Year Wishes for Friends in Assamese

  • তোমাৰ জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী। কেতিয়াওঁ যেন তুমি এই যাত্ৰাত থমকি ৰ’বলগীয়া নহয়। তাৰেই আঁশাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা যাঁছিলো।
  • যোৱা বছৰৰ মধুৰ মূহুৰ্ত্তবোৰ স্মৃতিৰ মণিকুঠত ৰাখি নতুন বছৰত নতুন আশাৰে নতুন ঊদ্যমেৰে আগবঢ়াৰ হেঁপাহেৰে নতুন বছৰৰ হিয়াভৰা কমনা জনালোঁ।
  • পাৰ হৈ যোৱা বছৰলৈ উভতি চাই আৰু নতুন বছৰত ভৰি দিওতে দিয়া খোজটোয়ে সপোনবোৰ পূৰণ কৰোঁতে আগবাঢ়ি যাবলৈ সাজু হৈছোঁ। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা যাঁছিলো।
  • নতুন বছৰৰ বহুত বহুত শুভ কামনা যাছিলো। আশা কৰোঁ আগন্তক বছৰত আপোনাৰ সপোনবোৰ পূৰ্ণ হওঁক।
  • এই নৱবৰ্ষত তোমাৰ সকলোবোৰ জীৱনৰ লক্ষ্যত উপনীত হব পাৰিবলৈ অন্তৰৰ পৰা নতুন বছৰৰ শুভ কামনা জনালো।
  • ভালে থাকা বন্ধু তুমি, ভালে ৰাখা মন,যদি মনে বিচাৰে তেনেহলে মোক কৰিবা স্মৰণ | Happy New Year 2022 
  • তোমাৰ সকলো আশা পূৰণ হওঁক,সকলো সপোন সত্য হওঁক, তাৰেই কামনাৰে নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা জনালোঁ

New Year Wishes Quotes for WhatsApp, Facebook Status

Scroll to Top