More

    Assamese Love Quotes | WhatsApp Status [Download Now]

    This article is all about Assamese Love Quotes. Download these love quotes and share these on your WhatsApp or Facebook status to express your feeling.

    When you love someone, you want to find as many ways to show them as possible. But sometimes, simply telling “I love you” doesn’t feel like enough. After all, how could three small words—which you tell your partner regularly, as it is—capture the depth and meaning of what you really feel for them?

    Whether you’re looking for the standard “I love you” text or something more special and romantic, this big list of Assamese Love quotes about love is for you.

    Note: Scroll down to Download all these quotes at once

    Here are some of the best Assamese Love Quotes

    1. প্ৰেমত সদায় কিছু উন্মাদনা থাকে। কিন্তু উন্মাদনাত সদায় কিবা কাৰণো থাকে

    2. প্ৰেম হৈছে এনে এক পৰিস্থিতি য’ত আন এজন ব্যক্তিৰ সুখ আপোনাৰ নিজৰ বাবে অপৰিহাৰ্য

    3. তোমাক কিমান ভালপাওঁ সেয়া ভাষাৰে বুজাব নোৱাৰো, কেৱল তুমি মাথো মোৰ হোৱা সেয়াই বিচাৰো।

    4. প্রেম ভালপোৱা জীৱনত বহুবাৰ হ’ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰে হয় যাক অন্তৰৰ পৰা কেতিয়াও মচিব নোৱাৰি।

    5. কাৰোবাক ভালপাওঁ বুলি ক’বলৈ সময় নালাগে, কিন্তু সেই ভালপোৱা জীয়াই ৰাখিবলৈ গোটেই জীৱন লাগে।

    6. মোৰ সুখী জীৱনৰ প্ৰতিটো কাৰণ, প্ৰতিটো আশা, প্ৰতিটো সপোন.. মাথোঁ তুমি

    7. প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে বুজাই নাযায়, প্ৰেম তুমি বহুত কঠিন, প্ৰেমত নপৰিলে জীৱনক অনুভৱ কৰা নাযায়

    8. প্ৰেম মানেই বিশ্বাস, যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ

    9. তুমি যেন পপীয়া তৰা আকাশৰ বোৱতী নৈ.

    10. জীৱনটো ৰঙীন, মই উপভোগ কৰিব নাজানো, সকলোতে নিচা আছে, মই অনুভৱ কৰিব নাজানো, মোৰ অবিহনেতো সকলোৱে থাকিব পাৰে, একমাত্ৰ মইয়ে যি তোমাৰ অবিহনে থাকিব নোৱাৰো।

    11. শুনা চোন…. তোমাক দেখাৰ পৰাই তোমাৰ মায়াবী চকুত মুগ্ধ হোৱা তোমাৰ এই পাগলি প্ৰেমিকাই আজি ব্যক্ত কৰিব মনৰ কথা। ব্যস্ত পথৰ অজস্ৰ ভিৰত ৰাস্তা পাৰ হব নোৱাৰা এই প্ৰেমিকাক হাতত ধৰি পাৰ কৰাবানে? মোৰ এই এমুঠি সপোনক নিজৰ বুলি ভাবি মোৰ সৈতে সপোনৰ দেশত উৰা মাৰিবনে? মোৰ বাওঁহাতৰ উকা অনামিকা আঙুলিত তোমাৰ নামৰ আঙঠি পিন্ধাবলৈ ৰাজী নে??

    12. মৰমে আমনি কৰে, অকলে থাকিলে সপোনে আগচি ধৰে, ৰাতি টোপনিতে শেৱালী ৰাতি ফুলে, শৰৎ কালতে চুমা আকি দিও যেন লাগে, তোমাৰ গোলপীয়া দুগালতে

    13. ভালপোৱা আজীৱন জীয়াই থাকে, কেতিয়াবা কবিতা হৈ, কেতিয়াবা স্মৃতি হৈ

    14. ফেচবুকত ৰিলেচনশ্বিপ দিয়া প্ৰেমিকা নালাগে মোক, “ঘৰত নিদিলে পলাই গুচি যাম” বুলি কোৱা এগৰাকীহে লাগে ।

    15. অভিমানবোৰ ইজনে সিজনৰ ভাঙিব পৰা নামেই হল প্ৰকৃত ভালপোৱা।

    16. প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া, গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা ভাল সম্পৰ্ক দুৰ্বল হৈ যায়

    17. তোমাক বিশ্বাস কৰাতো মোৰ কৰ্তব্য আৰু সেই বিশ্বাস ধৰি ৰখাটো তোমাৰ দায়িত্ব

    18. এটাই কথাই জানো যদি তুমি মোক আপোন বুলি ভাবা তেন্তে তোমাৰ হাজাৰ ব্যস্ততাৰ মাজতো মোৰ বাবে অলপ হলেও সময় উলিয়াবাই

    19. কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান উপহাৰ হৈছে আপোনাৰ সময় আৰু গুৰুত্ব

    Munni
    Munni
    Munni is a student of MCA. She is fond of watching movies and reading novels. While weekdays are spent in college, weekends either involve reading fiction or goes out with friends.
    Get More Buzz

    Recent articles

    Related articles