More

    Magh Bihu 2022 Wishes in Assamese | Quotes, Images, Status

    On Magh Bihu, farmers in Assam celebrate gratitude to God for a good harvest. This festival is typically celebrated in the state during the month of January.

    The Assamese people around the globe participate in the festival and also celebrate the rich heritage and culture. They erect makeshift huts known as Meji and Belaghar with bamboo, leaves, and thatch. The next morning they burn these huts to commemorate their festivities.

    Read Now: 7 Fascinating Facts About Magh Bihu

    This blog post is dedicated to Magh bihu wishes, quotes, status and images all are in Assamese. Just select a message and copy and paste in your facebook/instagram profile.

    Magh Bihu 2022 Wishes in Assamese

    সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিলো।

    সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা যাচিছোঁ।‌

    মোৰ সমূহ বন্ধু, বান্ধৱীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ

    ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। সকলোৰে আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

    মোৰ ফালৰ পৰাভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা থাকিল। আহি থকা দিন বোৰ সুখ সমৃদ্ধি, শান্তি আৰু ভোগালীৰ ভোগেৰে উপচি পৰক তাৰেই শুভকামনাৰে

    মেজিৰ পৱিত্র জুইয়ে তোমাৰ হৄদয় উমাল কৰি তোলক । ভোগালী মাঘৰ মেজি, পিঠ-পনা আৰু অনেক সুখৰ বতৰাই তোমাৰ জীৱন ৰঙীন কৰি তোলক । ভোগালীৰ ভেলাঘৰ, উৰূকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে তোমাৰ জীৱন সুখময় হওক | ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে ।

    ভোগালী বিহুৰ শুভেচ্ছা | সকলোয়ে মিলা প্ৰিতিৰে আজি ভোগালী বিহুৰ ভোজ খাওঁক

    উৰুকাৰ কাহিলি পুৱা হিমচেচা শীতৰ সেমেকা পৰিবেশত আপোনালৈ/আপোনাসবলৈ জনাইছো ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা।

    মেজিৰ পৱিত্র জুইয়ে হৄদয় উমাল কৰি তোলক, ভোগালী মাঘৰ মেজি, পিঠা-পনা আৰু অনেক সুখৰ বতৰাই জীৱন ৰঙীন কৰি তোলক, ভোগালীৰ ভেলাঘৰ, উৰুকাৰ ভোজ আৰু মেজিৰ জুইৰ পৱিত্র উমেৰে জীৱন সুখময় হওক, তাৰেই কামনাৰে…. ভোগালীৰ ওলগ জনালো পৰিয়ালৰ সকলোলৈকে

    নিয়ৰ সৰা গধুলি.. মাঘ মাহৰ জাননী.. মেজিৰ তলৰ ধেমালি.. চোৱা আহি পালে ভোগালী.. ভোগালী বিহুৰ আন্তৰিক আৰু হিয়াভৰা ওলগ যাচিলো

    Funny Bhogali Bihu / Magh bihu Wish in Assamese

    মাছক english ত কয় fish 🐟 মই তোমাক কৰো বহুত Miss 😌 মই থাকতে তোমাক আগতিয়াকৈ কোনেওঁ নকৰে যে Wish 😘 সেই কাৰনে মই advance কৰিলো wish 😍 ভোগালী বিহুৰ শুভেচ্ছা

    Magh Bihu 2022 Wishes Status Images in Assamese

    Magh Bihu 2022 Wishes Images in Assamese [Download and Share]

    Magical Assam Staff
    Magical Assam Staffhttps://www.magicalassam.com
    Magical Assam, The never ending show of Assamese Entertainment Industry. We are forever working towards increasing the presence of Jollywood on the internet, thus bringing Assamese Cinema closer to the whole world.
    Get More Buzz

    Recent articles

    Related articles