30+ Sad Assamese Status | Assamese Dukhor Status

When we are in a sad mood, sometimes it is difficult to express our feeling through words. That is the time when we use an image quote. Sad image quotes are the best way to express our feeling.

In this blog post, we are sharing 30+ sad Assamese status or Assamese dukhor status for you. You can download all these images and use them on your WhatsApp, Instagram, or Facebook status.

Sad Assamese Status | Assamese Dukhor Status

1.ফুলেৰে সজোৱা এখনি গামোচা তোমাৰে মোৰে মিলনৰে গামোচা ৰাখিছিলোঁ কিমান যে মৰমত সেই মৰম পাহৰি গ’লা এখনি নতুন সংসাৰ ল’লা

2. এই পৃথিৱীত সেইজন মানুহেই বেছি কষ্ট পাই যিজনে মানুহক নিসন্দেহে অন্ধৰ দৰে বিশ্বাস কৰি পেলাই।

3. সম্পৰ্ক কেতিয়াও দূৰত্বৰ কাৰণে শেষ নহয়, সম্পৰ্ক শেষ হয় অহংকাৰ, অসন্মান, স্বাৰ্থপৰতা আৰু বিশ্বাসঘাটকতাৰ বাবে।

4. জীৱনত যাৰ লগত সুখ-দুখবোৰ ভগাই লোৱাৰ কথা আছিল, তেঁওৱেই চোন মোক দুখ দি আঁতৰি গুচি গল ।

5. ত্যাগ আগতে কৰিছিলোঁ আনৰ সুখৰ বাবে, এতিয়া কৰি আছো নিজৰ সুখৰ বাবে।

6. প্ৰয়োজন শেষ হলে, এদিন সকলোৰে ব্যৱহাৰ সলনি হৈ যায়।

7. কষ্ট তেতিয়া হয় যেতিয়া সকলোতকৈ কাষৰ মানুহজনে অবিশ্বাস কৰে।

8. বিশ্বাসঘাটকতা কৰিলেও মনত ইমান কষ্ট নহয়, যিমান কষ্ট আনৰ বিশ্বাস ৰাখিব নোৱাৰিলে অনুভৱ হয়।

9. বিষতকৈও বেছি বিষাক্ত এজন মানুহে কৰা মিছা অভিনয়।

10. নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ লব ভালকৈ জানে।

11. বন্ধুত্বৰ পিছত ভালপোৱা বহুত সুন্দৰ হয়, কিন্তু ভালপোৱা হেৰাই যোৱা পিছত বন্ধুত্ব কৰাটো অসম্ভৱ হয়।

12. দুখ তেতিয়াই লাহে যেতিয়া দুইজন ONLINE থাকো অথচ ইজনে সিজনক Message নকৰো।

13. সমস্যা মোৰ এটাই, বেলেগৰ আগত কান্দিব নোৱাৰোঁ, আৰু নিজানত অকলে হাঁহিব নোৱাৰো।

14. আজিকালি মিছা কথাতকৈ সঁচা কথা কলে সম্পৰ্ক বেছি নষ্ট হয়।

15. সকলো ঘাঁ শৰীৰত নালাগে, কিছু ঘাঁ মনৰ ভিতৰতো লাগে ।

16. মানুহে পৃথিৱীত সকলো বস্তুৱেই বিচাৰি পায়, নিজৰ ভুলৰ বাহিৰে।

17. সম্পৰ্কৰ ভাঙিবলৈ কাৰণৰ প্ৰয়োজন নাই আচৰণেই যথেষ্ট।

18. যত বিশ্বাস আৰু আস্থা নাই তাত ভালপোৱা কেতিয়াও হব নোৱাৰে।

19. সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ।

20. অসম্পূৰ্ণ প্ৰেম মানে সম্পূৰ্ণ যন্ত্ৰণা।

21. মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়, এই পৃথিৱীখনে মানুহক বেয়া হবলৈ বাধ্য কৰে।

22. বটলৰ পানীৰ দাম আছে কিন্তু চকুপানীৰ দাম নাই।

23. মই নহয় সময়ে বুজাব তোমাক, আচলতে মোৰ মূল্য কিমান ?

24. অলপতে কান্দি পেলোৱা মানুহবোৰ সৰল মনৰ হয়, আৰু এই সৰল মনৰ মানুহে জীৱনত কষ্টও বহুত পাব লগা হয়।

25. হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে।

26. সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে, যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে।

27. দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত।

28. এটা সম্পৰ্ক গঢ়িবলৈ বহু সময় প্ৰয়োজন হয়, কিন্তু সেই সম্পৰ্ক শেষ হবলৈ সময়ৰ প্ৰয়োজন নাই মুহূৰ্ততে শেষ হৈ যায়।

29. সম্বন্ধবোৰ ইমান ঠুনুকা হৈ গৈছে, অলপ সময় দিব নোৱাৰিলে ভাঙি যায়

30. এটা সম্পৰ্ক কৰিবলৈ দুজনৰ প্ৰয়োজন আৰু ভাঙিবলৈ এজনে যথেষ্ট।

Read More

Scroll to Top