Rongali Bihu or Bohag Bihu is the most important festival celebrated in the Assamese community. It marks the beginning of the harvest season and people celebrate with lots of joy. There are seven main pivotal phases to it.
We celebrate this festival with a lot of joy and excitement and there are seven different phases.
Rongali Bihu/ Bohag Bihu Date – 2022
Bohag Bihu 2022 will begin on Thursday, 14 April
Rongali Bihu 2022 Wishes in Assamese
- সমুহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- সকলোকে হেপাঁহৰ ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
- সকলোকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলো। ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা-মন, আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে পৰিপূৰ্ণ, তাৰেই কামনাৰে |
- অসমীয়া বাপতি সাহোন ৰঙালী বিহুত তোমাক আৰু তোমাৰ পৰিয়ালৰ সকলোকে শুভকামনা জনাইছো। লগতে নতুন অসমীয়া বছৰটো যাতে সুখ শান্তিৰে পাৰ হয় তাৰ কামনা কৰিলো।
- তিপাহি কপৌফুলৰ সুগন্ধিয়ে প্রেম, প্রতিজনী কুলিৰ মাতে আনন্দ। প্রতি টোপাল বৰষুণে আশা, প্রতি জাক বতাহে মুখৰ বতৰা কঢ়িয়াই আনি আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ আনক ৰঙালীৰ ৰংৰ এসাগৰ সপোন। তাৰে কামনাৰে সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।
- ঢোল, পেঁপা গগণাৰ মাত। আকৌ ৰঙালী বিহু লাগিল গাত। বিহুতলীলৈ যাম, ঢোলকি কান্ধত লৈ, তুমিও আহিবানে বিহুৱানখনি হাততে লৈ।
- আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।
- নৱবৰ্ষৰ প্ৰতিটো পলে কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আশাৰ বতৰা, লগতে আগন্তুক দিনবোৰ হৈ পৰক ৰঙালীৰ দৰেই ৰঙীণ আৰু সুখ শান্তিৰে ভৰপুৰ ৷ ৰঙালীৰ ৰঙেৰে ভৰি পৰক দেহা, মন, পৰিৱেশ। তাকেই আন্তৰিকতাৰে কামনা কৰিলোঁ।
- বহাগ নহয় এটি মাহ, বহাগ নহয় এটি ৰৃতু, বহাগ এটি প্রতিশ্রুতি… প্রতিশ্রুতি মৰমৰ। প্রতিশ্রুতি আৱেগৰ। প্রতিশ্রুতি সেউজৰ। প্রতিশ্রুতি অসমীয়াৰ। আপুৰুগীয়া সংস্কৃতিৰ।
Bohag Bihu/ Rongali Bihu Quotes, Images






Read More