gaane-ki-aane-box-office

1st Day record breaking box office collection of #GaaneKiAane

Fri- 5.47 lakh
(Gross collection all Over Assam from 44 cinemas 86 show’s )

বহুতে মোক মেচেজ কৰি আছে #GaaneKiAane_ ৰ বক্স অফিচ Collection ৰ বিষয়ে সুধি,
অবশেষত মোৰ হাতত আহি পৰিলে ছবিখনৰ প্ৰথম দিন অৰ্থাৎ শুক্ৰবাৰৰ Collection,
ছবিখনৰ প্ৰথম দিনৰ Gross Collection হল ৰেকৰ্ড ব্ৰেকিং ৫,৪৬,৫৪৯ টকা ৷

ছবিখনে বাম্পাৰ অপেনিং লাভ কৰিব বুলি মই আগতেই কৈছিলো আশা কৰিছো এই ধাৰা অব্যাহত থাকিব ৷

শনিবাৰ আৰু আজি ছবিখনৰ ব্যৱসায় নিশ্চিতভাৱে আৰু উন্নিত হব ৷

প্ৰথম উইকেন্দৰ Collection ওঁ মই প্ৰকাশ কৰিম কাইলৈ পৰহিৰ ভিতৰত ৷

ধন্যবাদ ৷

#ভূষন_পাঠক ৷

Read more: Gaane Ki Aane – গানে কি আনে | Review by Bhukhan Pathak