ভাৰতীয় বক্স অফিচত হলিউডৰ আটাইতকৈ বেছি ব্যৱসায় কৰা শীৰ্ষৰ ছবি ৫ খন

হলিউড ব্লকবাষ্টাৰ ৷

বৰ্তমান ভাৰতত হলিউড ছবি দৰ্শকে খুব আদৰি লৈছে
শেহতীয়াভাবে বহুকেইখন হলিউডৰ ছবিয়ে ভাৰতত বাম্পাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷

ভাৰতীয় বক্স অফিচত হলিউডৰ আটাইতকৈ হিট বা বেছি ব্যৱসায় কৰা শীৰ্ষৰ ছবি ৫ খন হল –

২০১৬ টিকটৰ দাম হিচাপত মিলাই ধৰি —-
1. #The_Jungle_Book (2016) – 183 crore (45 days)
2. #Titanic – 174 crore
3. #2012 (2009) – 112 crore
4. #Jurassic_World (1994) – 100 crore
5. #Fast & Furious 7 (2015) – 100 crore
#ভূষন_পাঠক ৷