Analysis by Bhukhan Pathak
Total 3 days collection – 17.64 lakh
(Gross collection all over Assam)
“Gaane Ki Aane” Highest single day collection as a Assamese film ever – Sun- 9.15 lakh (Record)
“Gaane Ki Aane” Highest Weekend collection – Fri+Sat+Sun = 17,63,898
(Gross collection from All over Assam in 3 days 44 cinemas 88 Show’s per day)
(Record)
অসমীয়া ছবিজগতত ৰেকৰ্ড ভংগকাৰী ছবিৰুপে পৰিগনিত হৈছে জুবিন গাৰ্গৰ গানে কি আনে
ছবিখনৰ প্ৰথমদিনৰ ব্যৱসায় ইতিমধ্যে প্ৰকাশ কৰা হৈছে, See- First Day Collection
দ্বিতীয,তৃতীয় দিনাওঁ ছবিখনে বাম্পাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে,
যোৱাকালি ৰবিবাৰে ছবিখনে বক্স অফিচত ৯.১৫ লাখ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে ১ দিনত আটাইতকৈ বেছি ব্যৱসায়ৰ ৰেকৰ্ড গঢি তোলে, সৰ্বমুঠ ৩ দিনৰ উইকেন্দত ছবিখনে ১৭,৬৩,৮৯৮ টকাৰ ব্যৱসায়েৰে অসমীয়া ছবি হিচাপে প্ৰথম উইকেন্দত সৰ্বকালৰ আটাইতকৈ বেছি ব্যৱসায় কৰা ছবি হিচাপেওঁ আগৰ সকলো ৰেকৰ্ড ভংগ কৰে ৷
আজি কাতি বিহুৰ বন্ধই ছবিখনৰ ব্যৱসায়ত আৰু সহায় কৰিব বুলি কব পাৰি ৷
#ভূষন_পাঠক ৷
Bhukhan Pathak
Read: Gaane Ki Aane – গানে কি আনে | Review by Bhukhan Pathak