এটা টেলেভিচন চেনেলত আজি Talk show এটা চালো,
তাত কিছুমান বক্তাই কব বিচাৰিছে #ক্ৰিছ৩ সস্তীয়া ছবি তেনেকুৱা ছবিৰ গান মঞ্চত গাব নালাগে,
এতিয়া মই কওঁ,
#Krrish3 ছবিখন সস্তীয়া ছবি নাছিল,
“দিল তু হি বতা ” সস্তীয়া গান নহয়,
এইখন এখন বহু প্ৰংশসিত বিজ্ঞানভিত্তিক ব্লকবাষ্টাৰ ছবি আছিল,
আৰু “দিল তু হি বতা” গানটোওঁ চাৰ্টবাষ্টাৰ হৈছিল,
দেশৰ লগতে বাহিৰতো চুপাৰহিট হৈছিল এইটো এটা সুন্দৰ প্ৰেমৰ গান আছিল,
এতিয়া আৰু এটা কথা গম পালো যে বিহু মঞ্চত বোলে অকল হিন্দী ছবিৰ (Bollywood) ৰ গানহে গাব নোৱাৰে বেলেগ হিন্দী গান গাব পাৰিব,
এইটো কেনেকুৱা কথা?
আধা হিন্দী গাব পাৰি আধা নোৱাৰি #HalfGirlfreind (#HalfHindi) নেকি ???
হয়তো প্ৰথম ৭ দিন সকলো হিন্দী গান বন্ধ কৰা শুনি বহুতে কথাটো ভাল বুলি ভাবিবলৈ বাধ্য হৈছিল এতিয়া আকৌ আউল লাগিব,
অনুৰোধ জনাইছো আপোনালোকলৈ যি কৰে সম্পুৰ্নকৈ কৰক,
মই কব খুজিছো যে #Krrish3_ ছবিখন Grand Masti, Mastizaade etc ৰ দৰে সস্তীয়া ছবি নাছিল শিশু,বৃদ্ধ,ডেকা সকলোৱে ছবিখন বহুতেই ভাল পাইছিল,
#ঋত্বিক_ৰোশনৰ সেইখনেই একমাত্ৰ ২০০ কোটিৰ ওপৰত ব্যৱসায় কৰা ছবি (অকল ব্যৱসায়েই নহয় মানদন্দওঁ ভাল আছিল ছবিখনৰ)
বিহু মোৰ দেহে,প্ৰানে আছে মই বিহুক পাহৰি যোৱাটো সম্ভৱ নহয় ,এটা বা দুটা নহয় যিমান হিন্দী গান শুনিলেওঁ বিহুৰ আমেজ বেলেগ , আমাক হেচা প্ৰয়োগ কৰি বিহু ভালপোৱাব নালাগে কাৰন আগৰ পৰাই আমাৰ হিয়াৰ কোষে কোষে বিহু ভৰি আছে |
আৰু এটা কথা মই অসমীয়া সংস্কৃতি ভাল পাওঁ সীমাহীন ভাৱে সেইবুলি ভাৰতীয় সংস্কৃতি বেয়া নাপাওঁ,
মই বলিউদৰ ছবিওঁ ভাল পাওঁ অসমীয়া ছবিওঁ ভাল পাওঁ, বিহু গানওঁ ভাল পাওঁ হিন্দীওঁ ভাল পাওঁ,
বিহুৰ প্ৰতি এটা বেলেগ স্বাৰ্থ আছে কাৰন বিহু মানেই বলিয়া ? |
ধন্যবাদ |
জয় আই অসম |
জয় হিন্দ |